১০/০২/২০১৬ তাৰিখত
ক্ৰঃ নং | পদবী | অনুমোদীত ৰাশি | কৰ্মৰত | অভাৱ | কৰ্ম ক্ষেত্ৰ |
---|---|---|---|---|---|
১ | সঞ্চালক | ১ | ১ | ০ | সমগ্ৰ ৰাজ্য |
২ | যুটিয়া সঞ্চালক | ৪ | ০ | ৪ | মাণ্ডলিক ভিত্তিত |
৩ | উপ-সঞ্চালক | ১৮ | ১২ | ৬ | নিজ নিজ মহকুমা সদৰ |
৪ | সহ-সঞ্চালক | ২১ | ১৮ | ৩ | নিজ নিজ মহকুমা সদৰ লগতে সেইবোৰ সদৰ যত উপ-সঞ্চালক আৰু অধিক্ষক কৰ্মৰত হৈ থকা নাই |
৫ | অধিক্ষক | ৩৭ | ৩৩ | ৪ | নিজ নিজ মহকুমা সদৰ |
৬ | পৰিদৰ্শক | ১৮৫ | ১৪৫ | ৪০ | নিজ নিজ মহকুমা সদৰ লগতে সেইবোৰ সদৰ যত সহ-সঞ্চালক আৰু অধিক্ষক কৰ্মৰত হৈ থকা নাই |
৭ | উপ-পৰিদৰ্শক | ২৪৯ | ১৫৯ | ৯০ |
কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বিটিএডিৰ বাদে প্ৰতিখন জিলা আৰু মহকুমাৰ মূল কাৰ্যালয়ত উপ-সঞ্চালক বা সহ-সঞ্চালক নাইবা অধীক্ষক সকলে জিলা উপায়ুক্ত/মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে কাম কৰিব লাগে।কাৰ্বি আংলং, উত্তৰ কাছাৰ স্বায়ত্ব পৰিষদত উপ-সঞ্চালক বা সহ-সঞ্চালক নাইবা অধীক্ষক সকলে পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নিৰ্দেশমৰ্মে কৰ্মৰত হব লাগে।