মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

আমাৰ পৰিচয়

  • ১০/০২/২০১৬ তাৰিখত

    ক্ৰঃ নংপদবীঅনুমোদীত ৰাশিকৰ্মৰতঅভাৱকৰ্ম ক্ষেত্ৰ
    সঞ্চালকসমগ্ৰ ৰাজ্য
    যুটিয়া সঞ্চালকমাণ্ডলিক ভিত্তিত
    উপ-সঞ্চালক১৮১২নিজ নিজ মহকুমা সদৰ
    সহ-সঞ্চালক২১১৮নিজ নিজ মহকুমা সদৰ লগতে সেইবোৰ সদৰ যত উপ-সঞ্চালক আৰু অধিক্ষক কৰ্মৰত হৈ থকা নাই
    অধিক্ষক৩৭৩৩নিজ নিজ মহকুমা সদৰ
    পৰিদৰ্শক১৮৫১৪৫৪০নিজ নিজ মহকুমা সদৰ লগতে সেইবোৰ সদৰ যত সহ-সঞ্চালক আৰু অধিক্ষক কৰ্মৰত হৈ থকা নাই
    উপ-পৰিদৰ্শক২৪৯১৫৯৯০ 

    কাৰ্বি আংলং, উত্তৰ কাছাৰ আৰু বিটিএডিৰ বাদে প্ৰতিখন জিলা আৰু মহকুমাৰ মূল কাৰ্যালয়ত উপ-সঞ্চালক বা সহ-সঞ্চালক নাইবা অধীক্ষক সকলে জিলা উপায়ুক্ত/মহকুমাধিপতিৰ নিৰ্দেশমৰ্মে কাম কৰিব লাগে।কাৰ্বি আংলং, উত্তৰ কাছাৰ স্বায়ত্ব পৰিষদত উপ-সঞ্চালক বা সহ-সঞ্চালক নাইবা অধীক্ষক সকলে পৰিষদৰ মুখ্য কাৰ্যবাহীৰ নিৰ্দেশমৰ্মে কৰ্মৰত হব লাগে।