মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

ৰন্ধনজ্যোতি

  • এই আঁচনি খন মূলতঃ উপভুক্তা সম্বন্ধীয় আঁচনি। এই আঁচনি খন ২০০৩ চনৰ ১৫ আগষ্ট তাৰিখে ৰুপায়ন কৰা হৈছিল ১টা কৈ LPGচিলিন্ডাৰ আৰু লগত সামগ্ৰী সমূহ তলত দিয়া মহিলাৰ গোটসমূহক প্ৰদানৰ বাবেঃ

    • বিধৱা
    • আত্মসহায় গোটৰ মহিলা সদস্যসমূহ
    • BPLপৰিয়ালৰ আন মহিলাসকল
     

    ৰন্ধনজ্যোতি আঁচনি অধিনত প্ৰধান কৰা সামগ্ৰী সমূহ হলঃ

    • ১টা একক LPG গেছ বাৰনাৰ
    • ২টা ঘৰুৱাLPGচিলিন্ডাৰ(১৪কেজি)
    • ১টা প্ৰেচাৰ ৰেগুলেটৰ(ISI marked)
    • ১টা কানেকটিং ৰবৰ টিউব(সুৰক্ষা)
    • এখন নীলা বহী চিকিউৰেটি ভাউচাৰৰ সৈতে
     

    মুঠ ১,৭৯,৫৩০ উপভুক্তা ইতিমধ্যে উপকৃত হৈছে।

    ২০১৫-১৬ বিত্তীয় বৰ্ষত, আচনিখনৰ নিৰ্দেশনাৱলীৰ সালসলনি ঘটোৱা হয় আৰু এতিয়া ২টা কৈ LPGচিলিন্ডাৰ লগতে সানগ্ৰী সমূহ ২৮৪৭ নিৰ্ধাৰিত পৰিয়ালত প্ৰদান কৰা হৈছে।