মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

অন্ত্যোদয়া অন্ন আঁচনি

  • ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুযায়ী ২০০১ চনৰ নৱেম্বৰ মাহৰ পৰা এই অন্ত্যোদয়া অন্ন আঁচনিখন ৰূপায়ন হৈ আহিছে। ভাৰত চৰকাৰৰ নিৰ্দেশ অনুযায়ী মূল লক্ষ্যৰ ৭.০৪লাখ AAYহিতাধিকাৰীৰ, ৭.০৪ BPL পৰিয়ালক AAY লৈ ৰাজ্য চৰকাৰে ইতিমধ্যে সলনি কৰিছে । নিৰ্বাচিত AAY পৰিয়ালক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৩ টকাকৈ প্ৰতিটো পৰিয়ালক ৩৫ কেজিকৈ চাউল যোগান ধৰা হব । প্ৰতি কুইন্টলত ৩০ টকাকৈAAY চাউল FCI ৰ FSD পৰা GPSS থকা খুচুৰা বিক্ৰিৰ দোকানলৈ পৰিৱহন খৰচ দিয়া হব, WCCS, সুলভ মূল্যৰ দোকান সমূহ ৰাজ্যচৰকাৰৰ পৰিকল্পনা বৰ্হিভুত PDS বাচনিৰ দ্বাৰা প্ৰদান কৰা হয়।