মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

ঘেহুঁ আৱন্টন অনুসৰি

  • NFSA’13 অধিনত ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা চাউল আহৰণ কৰা হৈছে, ভাৰত চৰকাৰে প্ৰতি মাহে ৮২৭২ মে.ট ঘেহুঁ আহৰণৰ বাবে ২০১৬ চনৰ জুলাই মাহলৈকে সহযোগীতা আগবঢ়োৱা হব।২০১৬ চনৰ আগষ্ট মাহৰ পৰা প্ৰতি মাহে ১১৭০ মে.ট ঘেহুঁ আৱন্টণ কৰা হৈছে । সঞ্চালকালয় ৰোলাৰ আটা মিলৰ বাবে ৪১৪৯ মে.ট, উপায়ুক্ত/মহকুমাধিপতি'(আধুনিক আটা মিলৰ কাৰণে)ৰ বাবে ১১৭০ মে.ট আৰু BTC কোকোৰাঝাৰ মুখ্যকাৰ্যবাহীলৈ ৪৬২ মে.ট প্ৰতি মাহে আৱন্টন দিছে। আৱন্টিত ঘেহুঁ৯৫%কৈ আটালৈ আৰু ৪% টুহঁ আৰু ১% পেলনীয়া দ্ৰব্যলৈ ৰূপান্তৰ কৰা হয়। আৰ এফ মিলৰ আটাৰ আৱন্টন সঞ্চালকাৰয়ে আৰু আধুনিক চাকি আটাৰ উপ-আৱন্টন জিলা উপায়ুক্ত আৰু যোগান বিভাগৰ অধিক্ষকে কৰিব। বিটিচিৰ ক্ষেত্ৰত মুখ্য কাৰ্যবাহীয়ে GPSS/FPদোকান বা উপভুক্তালৈ আটা আৱন্টন কৰিব।NFSA অগ্ৰাধিকাৰৰ ভিত্তিত ৰেচন কাৰ্ডৰ থকা হিতাধিকাৰী সুলভ মূল্যৰ দোকানৰ পৰা আটা বিতৰণ কৰা হয়।