মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Food, Public Distribution and Consumer Affairs সঞ্চালকালয়, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, অসম

অস্বীকৃত

এই ‌ৱেবচাইটো অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে সাজি উলিয়াইছে আৰু এই বিভাগে চো‌ৱা চিতা কৰে ।

এই ‌ৱেবচাইটত থকা তথ্যসমূহ কে‌ৱল সূচনাৰ বাবেহে যিয়ে ৰাইজক তথ্যৰ সহজতে যোগান ধৰিব পাৰে । ইয়াৰ কোনো আইনী অনুমোদন নাই যদিও প্ৰতিটো পদক্ষেপতে চেষ্টাৰ ত্ৰুতি কৰা হো‌ৱা নাই তথাপি কিছুমান বিষয়-বস্তু যেনে মোবাইল নম্বৰ, পদবীত থকা মানুহৰ নাম আদি নবীকৰণ নোহো‌ৱাৰ বাবে সালসলনি হ'ব পাৰে । গতিকে এই ক্ষেত্ৰত আমি কোনো আইনী দায়িত্ব কান্ধ পাতি নলওঁ ।

কিছুমান ‌ৱেবপেজ বা তথ্য-পাতিত অন্য কোনো ‌ৱেবচাইটৰ নাম বা যুগসূত্ৰ উল্লেখ থাকিব পাৰে । আমি এই লিংকবোৰৰ সজী‌ৱতাৰ ক্ষেত্ৰত কোনো আইণী দায়িত্ব গ্ৰহণ নকৰো , কিয়ণো সেই ‌ৱেবচাইটসমূহৰ চো‌ৱা-চিতা আমাৰ দ্বাৰা কৰা নহয়। উল্লেখিত সে‌ৱা বা তথ্যসমূহ কে‌ৱল সেই নিৰ্দিষ্ট ‌ৱেবচাইটসমূহেহে বহন কৰে ।

আমাৰ চেষ্টাৰ ওপৰিও আমি এই গ্যেৰান্টি নিদিওঁ যে ইয়াত যোগান ধৰা তথ্য-পাতিসমূহ কোনো ধৰণৰ ভাইৰাচৰপৰা মুক্ত বুলি ।

এই ‌ৱেবচাইটোৰ উন্নিতৰ ক্ষেত্ৰত আপোনাৰ মতামতক আমি স্বাগতম জনাওঁ । আমি আপোনাক অনুৰোধ জনাওঁ যে কিবা অসুবিধা বা ভুল তথ্য-পাতি পালে অনুগ্ৰহ কৰি আমাক জনায় যেন ।