বৰ্তমান কাৰ্যকৰী হৈ থকা বিভিন্ন আচঁনিসমূহৰ লগতে এইসমূহৰ উপকাৰ,অনুদান আৰূ সহযোগিতাৰ বিষয়ে বিভিন্ন তথ লাভ কৰক ।
ই এক নথি পত্ৰৰ ভঁৰাল যত কোনো এতা সংগঠনৰ যিকোনো নথি-পত্ৰ খুব কম সময়ৰ ভিতৰতে বিচাৰি উলিয়াই সঠিক ঠাইত স্থাপন কৰিব পৰা যায় ।
আপুনি আমাৰ মন্ত্ৰী, গুৰুত্ত্বপূৰ্ণ বিষয়ে, আমাৰ লক্ষ্য আৰু উদ্দেশ্য, কামকাজ আৰু আমাৰ বিভাগটোৰ বিষয়ে বিশদ ভাৱে জানিবলৈ তথ্য ইয়াত উপলব্ধ হয়।
এপিলেট কৰ্তৃপক্ষঃ
সঞ্চালক, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ ভঙাগড়, গুৱাহাটী ৭৮১০০৫, অসম
এছ.পি.আই.অ:
যুটিয়া সঞ্চালক, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ ভঙাগড়, গুৱাহাটী ৭৮১০০৫, অসম